অসমবিনোদন

জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে গোচৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ শিশুৰ সৈতে যৌন আতিশৰ্য্য চলোৱাৰ অভিযোগত অসমৰ জনপ্ৰিয় শিল্পী পাপনৰ বিৰুদ্ধে আজি সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ এটা দলে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগত ৰুজু কৰে এক গোচৰ৷

এটা টেলিভিছন চেনেলৰ ৰিয়েলিটি শ্ব’ৰ প্ৰতিযোগীতাৰ লগত প্ৰাক হোলী উদযাপনৰ সময়ত শিশুৰ শৰীৰৰ কোনো অংগত স্পৰ্শ কৰা ভিডিঅ’ পাপনৰ ফেচবুক পেজৰ পৰা পোনপটীয়া সম্প্ৰচাৰ হোৱাক কেন্দ্ৰ কৰি “Protection of Children from sexual offence act, 2012” ৰ ওপৰত ভিত্তি কৰি এই গোচৰ তৰে অধিবক্তাৰ দলটোৱে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close