অসম

টিহুত পৌৰকৰ্মীৰ ধৰ্মঘটত অচল নগৰ সমিতিৰ কামকাজ 

টিহুৰ পৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ : সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্হাৰ আহ্বান মৰ্মে পৌৰ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ,বকেয়া দৰমহা আদায়কে ধৰি দহ দফীয়া দাবীৰ ভিত্তিত তৃতীয় পৰ্যায়ৰ “সৰ্বাত্মক ধৰ্মঘট” কাৰ্যসূচী টিহু নগৰ সমিতিৰ কৰ্মচাৰী সকলে পালন কৰে। ফলস্বৰূপে টিহু নগৰ সমিতিৰ সকলো ধৰনৰ কামকাজ স্তব্ধ হৈ পৰিছে। সোমবাৰৰ পৰা হোৱা উক্ত ধৰ্মঘটৰ কাৰ্যসূচী অহা ২১ ফেব্ৰুৱাৰীত সামৰণি পৰিব। পৌৰ কৰ্মী সকলৰ এনে কঠোৰ স্হিতিত আগন্তুক দিনত নগৰবাসীয়ে সৰ্বদিশতে চৰম যন্ত্ৰণা ভোগ কৰাটো নিশ্চিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close