অসম

টীয়কত পুনৰ বাইক চুৰি

টীয়কৰপৰা সমীৰণ বৰঠাকুৰ,প্ৰথম খবৰ: ক্ৰমাৎ টীয়কত বৃদ্ধি পাইছে গাড়ী চুৰি ঘটনা৷ পূৰ্বতেও টীয়কৰ হস্পিতালৰ সমীপৰ এটা বাসগৃহৰ সন্মূখৰ পৰাই এখন ক’লা ৰঙৰ পালচাৰ বাইক লৈ উধাও হয় চোৰ৷ বিজিত পেগু নামৰ যুৱকজনে নিশা ৭ মান বজাত এগৰাকী সহপাঠীৰ ঘৰত যাওতেই মাত্ৰ ১ ঘণ্টা সময়ৰ ব্যৱধানত চোৰে বাইকখন চুৰি কৰি নিয়ে৷বাইকখনৰ নম্বৰ As 03 Q 3055৷

Related Articles

Leave a Reply

Close