অসম

তেজপুৰৰ ব্যতিক্ৰমী কমলা বৃক্ষ

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: এতিয়া কমলা খোৱা বতৰ। এই বতৰতে তেজপুৰৰ এজন গৃহস্থৰ ঘৰত এজোপা ব্যতিক্ৰমী কমলা টেঙা গছ দেখা গৈছে। এটা প্লাষ্টিকৰ ভঙা টিঙৰ ভিতৰত এজোপা কমলা গছ। বিগত ১০-১২ বছৰ এটা  টিঙৰ ভিতৰত এজোপা কমলা গছ ঠন ধৰি আছে। এতিয়া ডাল ভৰি ভৰি  কমলা টেঙা লাগিছে এই গছ ডালত, এক ব্যতিক্ৰমী ৰূপত। গছডালক লৈ গৌৰৱান্বিত  গছ জোপাৰ গৰাকী ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close