শেহতীয়া
Home / অসম / দৰং জিলাৰ নাৰিকলিত শিৱৰাত্ৰি তিনি দিনীয়াকৈ পালন

দৰং জিলাৰ নাৰিকলিত শিৱৰাত্ৰি তিনি দিনীয়াকৈ পালন

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া, প্ৰথম খবৰ:ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন হৈছে শিৱৰাত্ৰি পূজা। দৰঙ জিলাৰ নাৰিকলি মন্দিৰতো আজিৰ পৰা তিনি দিনীয়াকৈ পালন কৰিছে শিৱৰাত্ৰি পুজা। হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিৰে মুখৰিত হৈ পৰিল নাৰিকলি। মন্দিৰত শিৱৰাত্ৰি উপলক্ষে বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈ শিৱক আৰাধনা কৰি পুজা আগবঢ়াই ভক্তসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*