অসম

দৰঙৰ ঔতলাত দুৰ্ঘটনা

প্ৰথম খবৰ,দৰং: দৰং জিলাৰ ঔতলাত আজি সন্ধিয়া এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰিল তীব্ৰবেগী ট্ৰেক্টৰ।
টেক্টৰৰ ছেপাত থিতাতে নিহত বিৰাজ কলিতা নামৰ টেক্টৰ চালকজন। সন্ধিয়া পৰিক্ষিত নাৰায়ণ এম.ই স্কুলৰ ওচৰত সংঘটিত হয় এই দূৰ্ঘটনাটি। নিহত বিৰাজ কলিতাৰ ঘৰ ছয়গাঁৱত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা হোৱা টেক্টৰখনৰ নম্বৰ এছ ০১ জিচি ১৯০৩৷

Related Articles

Leave a Reply

Close