অসমধুবুৰী

ধুবুৰীত চাঞ্চল্য,২.২৫ লাখ টকা লুটিলে দুৰ্বৃত্তই

প্ৰথম খবৰ,ধুবুৰীঃ ধুবুৰীৰ এলাহাবাদ বেংকৰ সন্মুখত গ্ৰাহকৰ পৰা দূৰ্বৃত্তই লুটি নিলে ২.২৫ লাখ টকা। মনোৱাৰ হুছেইন নামৰ ব্যক্তি এজনে এলাহাবাদ বেংকৰ পৰা টকা উলিয়াই তলত নমাৰ লগে লগে সকলো টকা লুটি নিলে দুই দূৰ্বৃত্তই।
আজি দিনৰ প্ৰায় এঘাৰো বজাত ধুবুৰী চহৰৰ মাজমজিয়াত সংঘটিত হয় এই ঘটনা। পিছত ভূক্তভোগীয়ে ধুবুৰী সদৰ থানাত উক্ত বিষয়ত এজাহাৰ দাখিল কৰে। বৰ্তমান আৰক্ষীয়ে দূৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ প্ৰচেষ্ঠা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close