অসমউত্তৰ পূবশীৰ্ষ

নাগালেণ্ডৰ ভোট গ্ৰহণ কেন্দ্ৰত বিস্ফোৰণ, আহত ২

নাগালেণ্ডৰপৰা মিতুপৰ্ণ গগৈ, প্ৰথম খবৰঃ আজি নাগালেণ্ডত অনুষ্ঠিত হোৱা ভোট গ্ৰহণৰ সময়ত সংঘটিত হোৱা বিস্ফোৰণে পাহাৰীয়া ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নাগালেণ্ডৰ ৪১নং টিজিত বিধান সভা সমষ্টিৰ ২০নং ভোট কেন্দ্ৰত সংঘটিত বিস্ফোৰণৰ ঘটনাত  য়াংলং কণ্যাক আৰু অসমৰ গাড়ী চালক পংকজ হাজৰিকা আহত হোৱাত সাময়িকভাৱে ভোট দান স্থগিত ৰখা হয় যদিও পাছত পুনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। প্ৰথম অৱস্থাত আইইডি বুলি সন্দেহ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত বটল গ্ৰেণেড বুলি নিশ্চিত কৰে নাগা প্ৰশাসনে। সম্প্ৰতি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close