অসমগোৱালপাৰা

নিখিল ৰাভা সাহিত্য সভাৰ ৰুপালী জয়ন্তী বৰ্ষ অধিবেশনৰ লাইখুটা স্থাপন

প্ৰথম খবৰ,আগিয়া: গোৱালপাৰা জিলাৰ মালাধৰাত নিখিল ৰাভা সাহিত্য সভাৰ ৰুপালী জয়ন্তী বৰ্ষ অধিবেশনৰ আজি লাইখুটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ব শাষিত পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। অহা ২৩,২৪আৰু ২৫ ফেব্ৰৱাৰী তিনিদিনীয়া কাৰ্যক্ৰমানিকাৰে মালাধৰা অঞ্চলত অনুষ্ঠিত হ’বলগীয়া এই অধিবেশনৰ পূৰ্ণ প্ৰস্ততি লৈছে উদ্যোক্তাসকলৰ মাজত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close