অসম

পলাতক আচামীক গ্ৰেপ্তাৰ, ডিমৌ থানাৰ বৃহৎ সফলতা

প্ৰথম খবৰ,ডিমৌঃথানাৰ পৰা পলাতক আচামীক গ্ৰেপ্তাৰ কৰিলে ডিমৌ আৰক্ষীয়ে। সোণাৰীৰ চফ্ৰাইৰ পৰা গ্ৰেপ্তাৰ কৰিলে কুখ্যাত অপৰাধী ইক্ৰাম আলি ওৰফে বদঙক। ডিমৌ থানাৰ অ চি ভবেন দিহিঙীয়াৰ নেতৃত্বত যোৱা দলটোৰ এই সফলতা। ১ ফেব্ৰুৱাৰীত ডিমৌ থানাৰ পলায়ণ কৰিছিল বদঙে। উক্ত ঘটনাৰ বাবে চাকৰিৰ পৰা নিলম্বিত হৈছিল পূৰ্বৰ অ চি ৰহিমুদ্দিন আহমেদ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close