শেহতীয়া
Home / অসম / পুনৰ মহিলাৰ মৃতদেহ উদ্ধাৰ শৰাইঘাটত

পুনৰ মহিলাৰ মৃতদেহ উদ্ধাৰ শৰাইঘাটত

নিউজ ডেস্ক,প্ৰথম খবৰ:গুৱাহাটী মহানগৰীৰ শৰাইঘাট দলঙৰ তলত মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি নদী আৰক্ষীক খবৰ দিয়ে। মৃত মহিলাগৰাকীৰ পৰিচয় জানিব পৰা নাই যদিও অনুমানিক বয়স ৩৫ বছৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*