শেহতীয়া
Home / অসম / পুৰণিগুদামত ৰুদ্ৰ বৰুৱা দিৱস আৰু নৱাগত অাদৰণি অনুষ্ঠানৰ আয়োজন

পুৰণিগুদামত ৰুদ্ৰ বৰুৱা দিৱস আৰু নৱাগত অাদৰণি অনুষ্ঠানৰ আয়োজন

পুৰণিগুদামৰ পৰা দিব্যজ্যোতি ভূঞা,প্ৰথম খবৰ:
নগাঁও জিলাৰ পুৰণিগুদামস্থিত ৰুদ্ৰ বৰুৱা সংগীত একাডেমীৰ উদ্যোগত আৰু অবিনশ্বৰ গোষ্ঠীৰ ব্যৱস্থাপনাত ১৪ ফেব্ৰুৱাৰীত ৰুদ্ৰ বৰুৱা দিৱস উদযাপনৰ আয়োজন কৰা হৈছে৷ পুৰণিগুদাম  ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণি ৰাজহুৱা প্ৰেক্ষাগৃহত কাইলৈ সন্ধিয়া ৬-৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব ৰুদ্ৰ বৰুৱা দিৱস আৰু নৱাগত আদৰণি অনুষ্ঠান৷ উক্ত অনুষ্ঠানত ৰাইজৰ উপস্থিতি ৰুদ্ৰ বৰুৱা সংগীত একাডেমীৰ সভাপতি প্ৰিয়াংকু শইকীয়া আৰু সম্পাদক বিনোদ ভূঞাই আন্তৰিকতাৰে কামনা কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*