শেহতীয়া
Home / বিনোদন / পেডমেন চেলেঞ্জ

পেডমেন চেলেঞ্জ

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ:বহু অপেক্ষিত বলীউদৰ ছবি পেডমেন অহা ৯ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব। অক্ষয় কুমাৰ,ছোনম কাপুৰ আৰু ৰাধিকা অভিনীত ছবিখনৰ বাবে ইতিমধ্যে ছবিখনৰ প্ৰম’চন কৰিছে বলীউদৰ প্ৰায় সংখ্যক চেলিব্ৰিটীয়ে। প্ৰতিজন চেলিব্ৰিটীয়ে হাতত নেপকিন লৈ নিজৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। শ্বেয়াৰ কৰাৰ লগতে ইজনে আনজনক চেলেঞ্জ কৰিছে হাতত চেনিটেৰী পেড লৈ ফটো আপলোড কৰিবলৈ। এনেদৰেই বৰ্তমান ছ’চিয়েল মিডিয়াত পেডমেনৰ প্ৰম’চন কৰিছে বলীউদৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*