ৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পত্নী পথ দূৰ্ঘটনাত পতিত

নেচনেল ডেস্ক,প্ৰথম খবৰ: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পত্নী জছোদাৱেন আজি পতিত হয় এক দূৰ্ঘটনাত৷ ৰাজস্থানৰ কোট্টা- চিত্তৌড় ঘাইপথত পতিত হোৱা এই দূৰ্ঘটনাত জছোদাৱেন সামান্য পৰিমাণে মূৰত আঘাতপ্ৰাপ্ত হয়৷ দূৰ্ঘটনাৰ পিছত জছোদাৱেনে নিৰাপত্তাৰক্ষীৰ সৈতে খোজকাঢ়ি গৈ বাহনত বহে আৰু এখেতক চিত্তৌড়ৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়৷ জানিব পৰা মতে জছোদাৱেন এতিয়া সম্পূৰ্ণ সুষ্ঠ অৱস্থাত আছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close