অসমশীৰ্ষ

বাছ আৰু স্কুটিৰ মাজত সংঘৰ্ষ,নিহত এজন

প্ৰথম খবৰ, মংগলদৈ / দেওমৰনৈ:
দৰং জিলাৰ মংগলদৈ ইণ্ডাষ্ট্ৰি চকত বাছ আৰু স্কুটিৰ মাজত সংঘৰ্ষ হয়।
বাইহাটাৰ দিশেৰে আহি থকা বাছ এখনে একে দিশেৰে আহি থকা স্কুটি এখনক খুন্দা মৰাৰ ফলত স্কুটি আৰোহী জনৰ থিতাতে মৃত্যু হয়। স্কুটি খনৰ নম্বৰ হল AS-01BZ-2831নম্বৰৰ। উল্লেখ্য যে, ট্ৰাক আৰু আল্ট্ৰা বাছৰ মাজত সোমাই থিতাতে নিহত হয় স্কুটি আৰোহী গৰাকী ।দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই  ট্ৰাক আৰু আল্ট্ৰা গাড়ী দুখন ঘটনাস্থলীৰ পৰা পলায় যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close