অসম

বৰহাটত কুকুৰে খাই থকা অৱস্থাত গলিত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,বৰহাট: চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ সমীপত তথা উত্তৰ-পূব সীমান্ত ৰে’লৱৈ লাইনৰ কাষত চকলিয়া খেতি পথাৰত এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে, বৰহাট আৰক্ষী থানাৰ সমীপতেই এনেদৰে অচিনাক্ত তথা অৰ্ধগলিত কুকুৰে খাই থকা অৱস্থাত পৰি থকা স্বত্বেও মৃতদেহটোৰ প্ৰতি আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাতো অতি পৰিতাপৰ বিষয় বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close