অসম

উচ্চ ৰক্তচাপত যুৱ সাংবাদিকৰ মৃত্যু

নিউজ ডেস্ক,প্ৰথম খবৰ: উচ্চ ৰক্তচাপ ৰোগত আক্রান্ত হৈ কিছু দিন পূৰ্বে মঙলদৈৰ যুৱ সাংবাদিক মৃদুল আলম গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। আজি পুৱতি নিশা তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত মৃদুলে নিজৰ পত্নী আৰু এটি দুবছৰীয়া সন্তানক  এৰি থৈ যায়। মঙলদৈৰ সংবাদদাতা হিচাপে NEWS 30 নামৰ কাকতখনত বৰ্তমান কৰ্মৰত আছিল সাংবাদিকজন। যুৱ সাংবাদিকজনৰ মৃত্যুত সমগ্ৰ দৰঙেতই শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Close