শেহতীয়া
Home / অসম / মহানগৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

মহানগৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

নিউজ ডেস্ক,প্ৰথম খবৰ:গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলখনৰ মূল বিষয় বস্তু আছিল নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত।

অহা ২০ আৰু ২১ ফেব্ৰুৱাৰীত দিল্লীত ৰাজহুৱা শুনানিৰ দিন নিৰ্ধাৰণ কৰিছিল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক নিমন্ত্ৰণ জনাইছিল যদিও একেদিনাই বাতিল কৰে যুটীয়া সমিতিয়ে। বাৰে বাৰে ৰাজহুৱা শুনানিৰ দিন সলনি কৰাৰ বাবে অসমৰ ৰাইজৰ আৱেগ অনুভুতিত আঘাত সনা বুলি দাবী উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

শীঘ্ৰেই অসমত শুনানি গ্ৰহনৰ দাবি কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*