অসমগুৱাহাটী

মহানগৰ জিলা প্ৰশাসনৰ ড্ৰাই ডে’ৰ নিৰ্দেশনা

নিউজ ডেস্ক,প্ৰথম খবৰঃ আগন্তুক মেঘালয় ৰাজ্যৰ নিৰ্বাচনক উদ্দেশি সৰৱ হৈ পৰিছে মহানগৰ জিলা প্ৰশাসন৷ শেহতীয়াকৈ কামৰূপ মহানগৰ আৰক্ষীয়ে ড্ৰাই ডে’ৰ নিৰ্দেশনা জাৰি কৰিলে গুৱাহাটী মহানগৰীত৷ প্ৰাপ্ত তথ্য মতে, ড্ৰাই ডে’ক কেন্দ্ৰ কৰি আজি বিয়লি ৪ বজাৰ পৰা বন্ধ থাকিব মহানগৰীৰ সকলো সুৰাৰ বিপণী৷ লগতে আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে আজিৰে পৰা ২৭ ফেব্ৰুৱাৰী আবেলি ৪ বজালৈকে বন্ধ থাকিব এই সমূহ সুৰাৰ বিপণী আৰু ভোট গণনা সমাপ্ত নোহোৱা সময়লৈকে মহানগৰীত জাৰি হৈ থাকিব এই ড্ৰাই ডে’ৰ নিৰ্দেশনা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close