অসমউত্তৰ পূব

মাৰাণাস্ত্ৰ সহ যুৱক ধৃত

নিউজ ডেস্ক,প্ৰথম খবৰ: আগৰতলা ৰে’লৱে ষ্টেচনত বৃহস্পতিবাৰে এজন যুৱকক আৰক্ষীয়ে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে তিনিটা পিষ্টল,এখন ছুৰীকটাৰী আৰু ৫০০ জাঁই গুলী জব্দ কৰে। যুৱকজন গোমতি জিলাৰ নতুন বজাৰৰ নৰেশ চাকমা বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে ধৃত যুৱকজনক জেৰা অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close