শেহতীয়া
Home / অসম / মৰাণত মৃতদেহ উদ্ধাৰ

মৰাণত মৃতদেহ উদ্ধাৰ

মৰাণৰপৰা ৰাজু মিশ্ৰ,প্ৰথম খবৰ: মৰাণ খুমটাই চাহবাগিচাৰ খুমটাইৰ লাইনত এটা পুৰুষৰ মৃতদেহ ডিঙিত ফাঁচলৈ ওলমি থকা অৱস্থাত উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। মৃতদেহটো খুমটাইৰ চাহবাগিচাৰ শংকৰ বুৰৈ (৫৬) বুলি চিনাক্ত কৰিছে উপস্থিত0 স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*