অসমশীৰ্ষ

লংকাৰ শনিবজাৰত শোকাৱহ পথ দূৰ্ঘটনা,নিহত ১

লংকাৰপৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰ: লংকাৰ কাকী শনিবজাৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।ট্ৰেক্টৰ মেজিকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় মেজিক চালকজন।বৰ্তমানলৈ চালকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। দূৰ্ঘটনাগ্ৰস্ত মেজিক,ট্ৰেক্টৰৰ পঞ্জীয়ন নম্বৰ ক্ৰমে AS 023 2594,AS 12 E 3803।অত্যাধিক সুৰাপান কৰি বাহন চলোৱাৰ ফলত এই দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ স্থানীয় ৰাইজৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close