শেহতীয়া
Home / অসম / লোকে লোকাৰণ্য দেৰগাঁওৰ নেঘেৰিটিং শিৱ দ’ল

লোকে লোকাৰণ্য দেৰগাঁওৰ নেঘেৰিটিং শিৱ দ’ল

দেৰগাঁওৰিৰা আব্দুল মান্নাফ,প্ৰথম খবৰ: আজি মহা শিৱৰাএী। শিৱৰাএী উপলক্ষ্যে ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে দেৰগাঁওৰ নেঘেৰিটিং শিৱ দ’লতো পুৱাৰে পৰা অজস্ব্ৰ ভক্তৰ ভীৰ পৰিলক্ষিত হয়। স্বগদেউ ৰাজেশ্বৰ সিংহৰ দিনত ১৭৫১ খৃষ্টাব্দত নিমান আৰম্ভ হোৱা শিৱধামত বুধবাৰে পুৱাৰে পৰা যোৰহাট, গোলাঘাট ,বোকাখাট আৰু দেৰগাওৰ বিভিন্ন প্ৰান্তৰ ভক্ত সকল উপস্হিত হৈ নিজৰ লগতে ৰাজ্যবাসীৰ অনাগত দিন শুভ হোৱাৰ অথে মহাদেৱৰ শৰনাপন্ন হয়। দেৰগাঁওৰ নেঘেৰিটিং শিৱ দ’লৰ এক সুকীয়া বৈশিষ্ট হ’ল ইয়াত শিৱলিংগৰ ওপৰি পৃথকে পৃথকে পঞ্চদেৱতাৰ মন্দিৰ সংযোজন হৈ আছে , এইটো বিষয় অতিকে বিৰল।

Leave a Reply

Your email address will not be published. Required fields are marked *

*