অসমনগাঁও

শালনাত হত্যাকাণ্ড,অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

প্ৰথম খবৰ,বঢ়মপুৰঃ নগাওঁ জিলাৰ চামগুৰিৰ শালনাত এক চাঞ্চ্যলকৰ হত্যাকাণ্ড সংঘটিত হয়। জানিব পৰা মতে শালনাৰ লেংটেং অফিচ লাইনত স্বামীৰ চুৰিকাঘাটত এগৰাকী পত্নী নিহত হয়। নিহত মহিলা গৰাকীৰ নাম মিনা গাড়া বুলি জানিব পৰা গৈছে। হত্যাকাণ্ডটি সংঘটিত কৰিয়েই শালনা আৰক্ষী চকীত হত্যাকাৰী তথা  স্বামী অশোক গাড়াই আত্মসমৰ্পণ কৰে। পাৰিবাৰিক কাণ্ডলৰ বাবেই হত্যাকাণ্ডটো সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Close