অসমশীৰ্ষ

শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ত্ৰিপুৰা CPI(M)ৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক গোচৰ ৰুজু কৰিলে ত্ৰিপুৰা CPI(M) এ। নিৰ্বাচনী নিয়ম উলংঘা কৰি ভোটগ্ৰহণৰ সময়ত ভোটকেন্দ্ৰত উপস্থিত থকাৰ অভিযোগতে মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে দিয়া হ’ল গোচৰ। প্ৰাপ্ত তথ্য মতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিয়লি ৩.৫৫ বজাত ৪নং বাৰজালা(SC) সমষ্টিত উপস্থিত আছিল।

Related Articles

Leave a Reply

Close