অসমশীৰ্ষ

সু-খবৰ!এতিয়া অসমত চলিব SEA প্লেন

নিউজ ডেস্ক,প্ৰথম খবৰ:সৰুসজাইত চলি থকা বিশ্ব বিনিয়োগ সন্মিলন এডভান্টেজ অসমে এটাৰ পিছত এটা সুখৰ খবৰ কঢ়িয়াই আনিছে ৰাজ্যবাসীলৈ। তাৰ মাজৰে আন এটা সু-খবৰ হল অসমত SEA প্লেন চলোৱা পৰিকল্পনা।

আজি বিশ্ব বিনিয়োগ সন্মিলনত অংশ লৈ এই পৰিকল্পনাৰ কথা ঘোষণা কৰিছে স্পাইচ জেটৰ পৰিচালক সঞ্চালক অজয় সিঙে। এই অনুষ্ঠানতে অসমৰ কৃষি সামগ্ৰী পৰিবহণ ক্ষেত্ৰটো স্পাইচ জেটে বিনিয়োগ কৰিব বুলি ঘোষণা কৰে স্পাইচ জেটৰ পৰিচালন সঞ্চালকগৰাকীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close