অসম

হাজৰিকাপাৰাত বিনামূলীয়া চিকিৎসা শিৱিৰ

  ছিপাঝাৰৰ পৰা কিশোৰ কলিতা, প্ৰথম খবৰ : ৰাইজিং ক্লাৱ হাজৰিকাপাৰাৰ উদ্যোগত প্ৰুডেন্ট ফাৰ্মাচিউটিকেলচ্ৰ সহযোগত ৰবিবাৰে গান্ধী স্মৃতি উ: মা: বিদ্যালয়ত অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ চিকিৎসা শিৱিৰত প্ৰায় ৮০০ মানুহক বিনামুলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয়।  উক্ত শিৱিৰত লণ্ডনৰ বিশেষজ্ঞ চিকিৎসক ডাঃ জয়ন্ত বিশ্ব শৰ্মা ,ডাঃ নৃপেন বৰকটকী ,গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰ , হৃদৰোগ বিশেষজ্ঞ ডাঃ প্ৰণৱজ্যোতি ভট্টাচাৰ্য্য , স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ পাপৰি বৰা , বহুমূত্ৰ ৰোগ বিশেষজ্ঞ ডাঃ বিপুল চৌধুৰী , গেষ্ট্ৰ’এনটাৰ’ল’জিষ্ট ডাঃ ভাস্কৰ বৰুৱা, মেডিচিন বিশেষজ্ঞ ডাঃ সুভজিৎ মিত্ৰ , স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ নিলাঞ্জনা দাস ,দন্ত বিশেষজ্ঞ ডা দৰ্শনা গাৰ্গ, শিশু ৰোগ বিশেষজ্ঞ ডাঃ মিন্ময় শৰ্মাৰ লগতে আৰু কেইবাগৰাকীও  চিকিৎসক উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close