অসমউত্তৰ পূবৰাষ্ট্ৰীয়

২ সপ্তাহতে ৪৫০ কোটি টকা “পদ্মাৱত”ৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: সঞ্জয় লীলা ভাঞ্চালীৰ বিতৰ্কিত ছবি “পদ্মাৱতে” অৱশেষত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে দেশৰ লগতে বিদেশতো৷ ১৪ দিন পূৰ্বে মুক্তি লাভ কৰা দিপিকা পাডুকণ, ৰনবীৰ সিং আৰু শ্বাহীদ কাপুৰৰ দৰে ষ্টাৰে অভিনয় কৰা “পদ্মাৱতে” বুধবাৰ লৈকে অৰ্জন কৰিবলৈ সক্ষম হয় ৪৫০ কোটি টকা৷ ট্ৰেড এনালিষ্ট ৰমেশ বালাৰ মতে এই ছবিখনে ২ সপ্তাহত ঘৰুৱা বক্স-অফিচত ৩৫০ কোটি অৰ্জনৰ উপৰিও ইয়াৰ বাহিৰত উপাৰ্জন কৰিছে ১৪৯ কোটি ৫০ লাখ টকা৷ ইয়াকে ধৰি “পদ্মাৱত”ৰ মুঠ উপাৰ্জন ৪৫০ কোটি টকা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close