শেহতীয়া
Home / অসম / ৰঙিয়াত পথ দুৰ্ঘটনা,নিহত ১

ৰঙিয়াত পথ দুৰ্ঘটনা,নিহত ১

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়াত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। এখন নলবাৰী অভিমুখে যোৱা তীব্ৰ বেগী ছুইফ্ট ডিজায়াৰ গাড়ীয়ে খুন্দিওয়াৰ ফলত পথচাৰী এজনৰ মৃত্যু হয়। পথ অতিক্ৰম কৰিব যাওঁতে মৃত্যু হোৱা লোকজনক নলবাৰী জিলাৰ সানেকুচিৰ ৰবীন্দ্ৰ লহকৰ (৫৪) বুলি চিনাক্ত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*