অসমশীৰ্ষ

ৰে’লৰ খুন্দাত অচিনাক্ত মহিলাৰ মৃত্যু

প্ৰথম খবৰ, ফকিৰাগ্ৰাম:  কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম জংচনৰ সমীপত আজি ৰাতিপূৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে৷জানিব পৰা মতে জিলা সদৰ কোকৰাঝাৰ আৰু ফকিৰাগ্ৰাম জংচনৰ ২১৫/৪-৫ নম্বৰ খুটা এলেকাৰ উজনিমুৱা ৰে’লৱে ট্ৰেকত এগৰাকী মহিলাৰ মৃতদেহ পৰি থকাৰ খবৰ পাই ঘটনাস্থলীৰ পৰা ৰে’ল আৰক্ষীয়ে ক্ষত-বিক্ষত মৃতদেহটো উদ্ধাৰ কৰে৷ৰে’ল আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰায় পঞ্চাশৰ্ধো বয়সৰ অচিনাক্ত মহিলাগৰাকী ৰে’লৰ পৰা পৰি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে৷

Related Articles

Leave a Reply

Close