উত্তৰ পূবশীৰ্ষ

নাগালেণ্ডত নিৰ্বাচনী হিংসা

নিউজ ডেস্ক, প্ৰথম খবৰঃ নাগালেণ্ডত সংঘটিত হৈছে এক নিৰ্বাচন কেন্দ্ৰীক সংঘাত৷ এনপিএফ  আৰু এনডিপিপি নামৰ দুটা দলৰ মাজত সংঘটিত হৈছে এই ঘটনা৷ নাগালেণ্ডৰ আকালুট’ত সংঘটিত হোৱা এই নিৰ্বাচনী সংঘাতত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে দুজনকৈ লোক৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close