ৰাষ্ট্ৰীয়

দিল্লীত কানাডাৰ প্ৰধানমন্ত্ৰী

নেচনেল ডেস্ক,প্ৰথম খবৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ আজি দিল্লীত উপস্থিত হয় কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড৷

উল্লেখ্য যে, এই দুইগৰাকী নেতাৰ সাক্ষাতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি দেশবাসীয়ে আশা কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close