অসমশীৰ্ষ

অসমৰ শিক্ষাৰ্থীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

নিউজডেস্ক,প্ৰথম খবৰ: আজিৰ পৰা আৰম্ভ হোৱা মে’ট্ৰিক পৰীক্ষাৰ লগত সংগতি ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বাজি ৪৫ মিনিটত অসমৰ ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি প্ৰদান কৰে এক বহুমূলীয়া ভাষণ৷

News 18 অসমৰ “Exam Warriors”ৰ জৰিয়তে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে মোদীলৈ কৰা প্ৰশ্নৰ ওপৰত ভিত্তি কৰি পৰীক্ষা অনুষ্ঠিত নোহোৱা স্কুলসমূহত আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰেডিঅ’যোগে অসমৰ সমূহ পৰীক্ষাৰ্থীক পৰীক্ষাৰ শুভকামনা জ্ঞাপন কৰাৰ লগতে আগবঢ়ায় এক বহুমূলীয়া পৰামৰ্শ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close