অসমগুৱাহাটীশীৰ্ষ

আকৌ বহিষ্কৃত হ’ল বিধায়ক শ্বেৰমান আলী

নিউজ ডেস্ক,প্ৰথম খবৰঃ মাৰ্শ্বেল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হয় বাঘবৰৰ বিধায়ক শ্বেৰমান আলীক। সদনত কংগ্ৰেছ বিধায়ক গৰাকীয়ে দলং মেৰামতিক লৈ কৰা প্ৰশ্নত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উত্তৰত সন্তুষ্ট নোহোৱাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। শ্বেৰমান আলীয়ে এয়া গনতন্ত্ৰৰ হত্যা বুলি মন্তব্য কৰে। লগতে তেওঁক সদনৰ পৰা বহিষ্কাৰ কৰা কাৰ্য্যত অধ্যক্ষৰ পক্ষপাতীত্ব থকা বুলি মন্তব্য কৰে।

উল্লেখ্য যে, বিধায়ক শ্বেৰমান আলীক এদিনৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰা হয়।

Related Articles

Leave a Reply

Close