উত্তৰ পূবশীৰ্ষ

নাগালেণ্ডত আৰম্ভ ভোটগ্ৰহণ

নিউজ ডেস্ক, প্ৰথম খবৰঃ আজিৰে পৰা আৰম্ভ হৈছে নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ইতিমধ্যে ৩৮ শতাংশ ভোটাৰে ভোটদান সাব্যস্ত কৰিছে। ৬০খন আসনৰ ৫৯খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ আৰু ইভিএমত বন্দী হ’ব নাগালেণ্ডৰ ১৯৪জন প্ৰাৰ্থীৰ ভাগ্য। নাগালেণ্ডৰ নিৰ্বাচন মুলত অনুষ্ঠিত হ’ব এনপিএফ আৰু এনডিপিপিৰ মাজত। ইতিমধ্যে ৰাজ্যখনত স্থাপন কৰা হৈছে সৰ্বমুঠ ২,১৯৮টা ভোটকেন্দ্ৰ,  ডিমাপুৰত ৩২১টা আৰু লংলেঙত ১০৮টা ভোটকেন্দ্ৰ আনহাতে এই ভোটগ্ৰহণ কাৰ্য্য অন্ত পৰিব আজি বিয়লি ৪ বজাত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close