সভা-সমিতি

অনুসূচীত জাতি অধিকাৰ মঞ্চৰ সংবাদ মেল

প্ৰথম খবৰ, বৰপেটাৰোড: অনুসূচীত জাতি অধিকাৰ মঞ্চ, অসমৰ ৰাজ্যিক কমিটিৰ এখনি সংবাদ মেল আজি বৰপেটাৰোড প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়। সংবাদ মেলখনিৰ যোগেদি অনুসূচীত জাতিৰ ভূমি সমস্যাকে আদি কৰি বিভিন্ন সমস্যা চৰকাৰে দীৰ্ঘদিন ধৰি সমাধান নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সমাধানৰ দাবী তোলে। সংবাদ মেলখনিত দলিত শোষণ মুক্তি মঞ্চৰ সৰ্বভাৰতীয় সম্পাদক ৰামচন্দ্ৰ ডোম, অনুসূচীত জাতি অধিকাৰ মঞ্চ, অসমৰ ৰাজ্যিক কমিটিৰ সম্পাদক বিণয় বাণিজ্য, বৰপেটা জিলা সমিতিৰ নেতা জগন্নাথ ৰবি দাস প্ৰমুখ্যে ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close