সভা-সমিতি

আছুৰ গৃহ নির্মাণৰ কামৰ শুভাৰম্ভণী

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোড ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ স্থায়ী গৃহ নির্মাণৰ কামৰ আজি শুভাৰম্ভণী কৰা হয়। শুভাৰম্ভণী কৰে শ্বহীদ পৰিয়ালৰ সদস্য মনজিত দাসে। এই অনুষ্ঠানত উপস্থিত থাকে বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস শইকীয়া, বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত বৰুৱা, প্ৰাক্তন অধ্যক্ষ নবীন কলিতা, আছুৰ উপসভাপতি প্রদীপ দাস, বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণ কান্ত দাস আদিকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি, সাংবাদিক আৰু ছাত্ৰ সন্থাৰ সদস্য সকল

উল্লেখ্য যে, সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে তেওঁৰ বিধায়ক পুঁজিৰ পৰা আগবঢ়োৱা ৩ লাখ টকাৰে এই গৃহ নিৰ্মাণৰ শুভাৰম্ভণী কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close