বিনোদন

এজাক পছোৱা বতাহে দিলে বহাগৰ বতৰা

ননৈৰপৰা গৌৰাংগ বৰা, প্ৰথম খবৰ: বৃহস্পতিবাৰে দুপৰীয়া ঠিক ২.৩০ বজাত নগাঁৱৰ ননৈৰ জলাহৰ মাজেদি পাৰ হৈ গ’ল এজাক পছোৱা বতাহ। চতৰ পছোৱাই যেন বহাগৰ বৰদৈচিলা জনীৰে আগলী বতৰা দিলে। কুলিৰ মাতেৰে বহাগৰ গোন্ধ দিলে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি দুপৰীয়া অহা ধুমুহা বতাহজাকে ধুলিৰ ধোৱা উৰুৱাই বহাগৰ বতৰা দি যায়।

প্ৰকৃতিয়েও যে, বিহুৰ আখৰা হে কৰিছে। বতাহৰ লগে লগে গাইছে গান গছে পাতে নাচিছে বিহুৰ গান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close