শেহতীয়া
Home / সাহিত্য / কবিতা / টেঙা আম

টেঙা আম

ৰুৱাদ লঃয়ৃং:

বুধবৰীয়া হাটত
আম এটা কিনিলো,
ঘৰ পাই মিঠা বুলি খাই চালো!
বৰ টেঙা পালো তাৰ সোৱাদ।

কথাতে কয়-টেঙা আম এবাৰহে বেচে,
সেই দিন ধৰি
টেঙাৰ জুতি বৰকৈ পাকত উঠিছে
অথচ দ্বিতীয়বাৰ টেঙা আম পাবলৈ নাই হাটত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*