
তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰঃ আজি আন্তৰ্জাতিক নাৰী দিৱস হিচাপে তেজপুৰতো আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। তেজপুৰত বিভিন্ন মহিলা সংগঠনে তেজপুৰ চহৰৰ মাজমজিয়াৰে নাৰী সৱলীকৱণ দাৱী জনায় শোভাযাত্ৰা কৰি নাৰী দিৱস পালন কৰে। তেজপুৰ কনভেণ্ট বিদ্যালয়ৰ ছাত্ৰীসকলেও চহৰখনৰ মাজমজিয়াৰে শোভাযাত্ৰা উলিয়াই।