শেহতীয়া
Home / বিনোদন / দৰঙৰ ডাঁহীত বিয়াৰ ঘৰতে উন্মোচন হল অডিঅ’ গীতৰ চিডি “ধাক্কা মাৰিছে”

দৰঙৰ ডাঁহীত বিয়াৰ ঘৰতে উন্মোচন হল অডিঅ’ গীতৰ চিডি “ধাক্কা মাৰিছে”

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ: বিয়া ঘৰত বেণ্ড পাৰ্টীৰ মাত আয়তীৰ উৰুলী চলি থকাৰ মাজতে দৰং জিলাৰ ডাঁহীত উন্মোচন কৰিলে ধাক্কা মাৰিছে শীৰ্ষত গীতটি।

দৰং জিলাৰ ডাঁহী গাঁৱৰ যুৱক তথা নাট্যকৰ্মী হিৰণ্য ডেকা (হি’ৰ)ৰ কলমত প্ৰাণ পাই উঠা ধাক্কা মাৰিছে শীৰ্ষত গীতটি উন্মোচন হিৰণ্যৰ শুভবিবাহৰ ৰভাতলীতে।

মৃদুল কাশ্যপৰ ক্ৰিয়েটিভ আইছ্ প্ৰোডাকচনৰ বেনাৰত মুক্তি পোৱা গীতটি উন্মোচন কৰে দৰঙীয়া ঝিয়া লিকিৰা গ্ৰুপৰ সদস্য ৰাতুল কোঁচে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*