Home / অসম / ধুবুৰীত উপস্থিত মিষ্টাৰ ইণ্ডিয়া

ধুবুৰীত উপস্থিত মিষ্টাৰ ইণ্ডিয়া

প্ৰথম খবৰ,ধুবুৰী: ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা ৰুবাৰু মিষ্টাৰ ইন্ডিয়া টুৰিজিম ২০২৮ লাভ কৰিলে ধুবুৰীৰ জুলফি সেখ। জুলফি সেখ আজি ধুবুৰীত উপস্থিত হোৱাত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্ঠি হয়।

উল্লেখযোগ্য যে, গোৱাত অনুষ্ঠিত চূৰান্ত প্ৰতিযোগিতাত দেশৰ ২৪ জন প্ৰতিযোগিক পৰাজিত কৰি ধুবুৰীৰ জুলফিয়ে এই খিতাপ দখল কৰে। ধুবুৰীৰ বিভিন্ন দল সংগঠনে আজি জুলফিক উষ্ম আদৰণী জনায়। জুলফিয়ে বৰ্তমানে ইটালীত অনুষ্ঠিত হ’ব লগা মিষ্টাৰ ওৱাৰ্ল্ড টুৰিজিম প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*