অসমশীৰ্ষ

ধৰ্ষণ কৰি ডিঙি ৰেপি নৃশংসভাৱে হত্যা কিশোৰীক

নিউজ ডেস্ক,প্ৰথম খবৰঃ হাইলাকান্দিৰ বেতছৰা গাঁৱত দুৰ্বৃত্তই সংঘটিত কৰিলে এক নৃশংস হত্যা কাণ্ডৰ ঘটনা। পৰিয়ালৰ কোনো লোক ঘৰত উপস্থিত নথকাৰ সুযোগ লৈ কেইবাজনীয়া দুৰ্বৃত্তৰ দল এটাই ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰিলে এগৰাকী কিশোৰীক।

প্ৰাপ্ত তথ্য মতে, নিহত কিশোৰীগৰাকী ৰিয়াং সম্প্ৰদায়ৰ। আনহাতে, ৰক্তাক্ত অৱস্থাত ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ ৰক্তাক্ত মৃতদেহ। দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় একাংশৰ।

Related Articles

Leave a Reply

Close