খেল

নলবাৰীত ৩০মাৰ্চত মহিলা কংগ্ৰেছৰ উদ্যোগত প্ৰায়ইজমানি একক নৃত্য প্ৰতিযোগিতা

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত অহা ৩০ মাৰ্চৰ দিনা ৰাতিপুৱাৰ পৰা এখন প্ৰায়ইজমানি একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতা খনি দুটা ভাগত বিভক্ত কৰা হৈছে। ‘ক’ শাখাত ৩ বছৰৰ পৰা ১২ বছৰলৈ আৰু ‘খ’ শাখাত ১৩ বছৰৰ পৰা ২০ বছৰ বয়সলৈ। প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ হৈছে (‘ক’ শাখাৰ আৰু ‘খ’ শাখা দুয়োটাৰে) প্ৰথম পুৰস্কাৰ ৫০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৩০০১ টকা, তৃতীয় পুৰস্কাৰ ২০০১ টকা আৰু নিচুকনি বটাঁ ৫০১ টকা। তদুপৰি প্ৰতিযোগিতাৰ প্ৰতিগৰাকীকে একোখনকৈ মান পত্ৰ প্ৰদান কৰা হ’ব। ইচ্ছুক প্ৰতিযোগী সকলক ৭০০২২ ১০৯৩৪ আৰু ৯৩৬৫৬ ৪৫৪৮৪ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close