অসম

নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকা যুৱকক আটক

প্ৰথম খবৰ,ননৈ: আজি নগাঁও চহৰৰ মাজৰআটি চাৰিআলিৰ সমীপৰ পৰা সন্ধ্যা ৬:৩০ বজাত স্থানীয় ৰাইজে তিনিজন নিচাযুক্ত দব্য সেৱন কৰি থকা যুৱকক আটক কৰে। আটক কৰা যুৱকেজনৰ পৰা এটা মোবাইল,নিচাযুক্ত দ্ৰব্য জব্দ কৰা হয়। আটক কৰা যুৱকজনৰ ঘৰ তেলিয়াপট্ৰিৰ। যুৱকজনে কোৱা মতে লাঁওখোৱা ৰোডৰ কাজু নামৰ কোনো লোকৰপৰা নিচাযুক্ত দ্ৰব্যখিনি আনিছিল বুলি স্বীকাৰ কৰে।

Related Articles

Leave a Reply

Close