অসমনলবাৰীশীৰ্ষ

পাষণ্ড পুত্ৰই হত্যা কৰিলে জন্মদাতা মাতৃক

নলবাৰীৰপৰা জিন্টুমনি ভূঞা, প্ৰথম খৱৰ: নলবাৰী জিলাৰ বাহঁজানী গাৱঁত পাষণ্ড পুত্ৰই হত্যা কৰিলে জন্মদাতা মাতৃক।

উল্লেখযোগ্য যে, বাহঁজানী গাৱঁৰ সুলভ মূল্যৰ দোকানী উদয় ডেকাই, তেওঁৰ কন্যাৰ জন্মদিনৰ দিনাই পত্নী অাৰু খুলশালীক লগত লৈ চলালে এই হত্যাকাণ্ড। কিন্তু কিহৰ বাবে সংঘটিত কৰিলে মাতৃক এতিয়ালৈ নলবাৰী অাৰক্ষীৰ অাগত উৎথাপন কৰা নাই পাষণ্ড পুত্ৰই।

একাংশ ৰাইজে দৌল উৎসৱত কোনোবাই ধৰ্ষণ কৰি হত্যা কৰা মন্তব্য কৰিছিল যদিও, অাৰক্ষীৰ অধিক সোধপোছ কৰাৰ পাছত, নিজ মুখে স্বীকাৰ কৰে ধৃত পুত্ৰই। অৱশেষত ৰাইজে দোষীক শাস্তি পাব লাগে বুলি দাবী কৰে অাৰক্ষীক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close