অসম

পৌৰসভাৰ ব্যৰ্থতাৰ প্ৰতিবাদ শিৱসাগৰৰ আছু

প্ৰথম খবৰ,শিৱসাগৰ: শিৱসাগৰ চহৰখন সৰ্বতোপ্ৰকাৰৰ উন্নয়ণত ব্যৰ্থতাৰ প্ৰতিবাদত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা ধৰ্ণাৰ কাৰ্য্যসুচী ৰূপায়ণ কৰি চহৰখনত উত্তাল কৰি তোলে। শিৱসাগৰৰ পৌৰ কৰ্মী সকলৰ ১৩ মহীয়া দৰমহা নোপোৱাৰ বাবেই পৌৰকৰ্মীৰ কৰ্মবৰতিৰ ফলত চহৰখন সময়ে সময়ে আবৰ্জনাময় হোৱাৰ লগতে চহৰখনৰ বাত পথ উন্নয়ণ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াতকৈ জংগি আন্দোলনৰ হুংকাৰ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close