শেহতীয়া
Home / অসম / বন্ধৰ সময়ছোৱাত বকোত অপ্ৰীতিকৰ ঘটনা

বন্ধৰ সময়ছোৱাত বকোত অপ্ৰীতিকৰ ঘটনা

প্ৰথম খবৰ, বকো: বকোৰ বন্দাপাৰাত এখন বাহনত অগ্নিসংযোগ কৰিলে বন্ধ সমৰ্থকে। সম্পূৰ্ণৰূপে ভস্মীভূত হ’ল হোণ্ডা এক্টিভা এখন। ভস্মীভূত এক্টিভা খনৰ নম্বৰ এছ ০১ ডিএফ ২৯৬৩। নগৰবেৰাৰ ১নং পালাহৰটাৰীৰ আইনাল হকৰ বাহনত অগ্নিকাণ্ড। গুৱাহাটীৰ পৰা গৃহাভিমুখে গৈ থকাৰ পথত এই ঘটনা। প্ৰায় ১০জনীয়া বন্ধ সমৰ্থকে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*