Home / অসম / বাদুলিপাৰত টিএমপিকে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

বাদুলিপাৰত টিএমপিকে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

প্ৰথম খবৰ,খুমটাইঃ আজি পুৱাৰপৰা জনগোষ্ঠীৰ সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমে দিয়া ১২ ঘন্টীয়া অসম বন্ধ বাদুলিপাৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰে  টিএমপিকে বহু সংখ্যক সদস্যই। চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তুলিছে সংগঠনটোৱে। ১২ ঘণ্টীয়া অসম বন্ধত সমগ্ৰ খুমটাই, বাদুলিপাৰত বন্ধৰ  ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে৷ সংগঠনটোৱে অতি শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*