অসম

বিজনীত দৌল উৎসৱ পালন

বিজনীৰপৰা মাচুম চৌধুৰী,প্ৰথম খবৰ: আজি সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাৰ বিজনীতো দৌল উৎসৱ পালন কৰা হয়। বিজনীৰ অন্তৰ্গত ফাগুনাগাওঁত দুদিনীয়া কাৰ্য্যসূচীৰে দৌল উৎসৱ পালন কৰা হয়। সকলোৱে মিলি জুলি ৰঙৰ উৎসৱটো পালন কৰে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close